NOT KNOWN FACTUAL STATEMENTS ABOUT ASSAMESE SYNONYMS

Not known Factual Statements About Assamese synonyms

Not known Factual Statements About Assamese synonyms

Blog Article

আত্মবৰ্গ, আপোনজন, আপোন মানুহ, ইষ্ট-কুটুম্ব, ককাই-ভাই, কুটুম, কুটুম্ব, গিয়াতি, গোত-জ্ঞাতি,  জ্ঞাতি, পৰিজন, মিতিৰ, সগোত্ৰ, সগোত্ৰীয়, সবৰ্ণ, সম্বন্ধীয় মানুহ, স্বগণ, স্বজন, স্বজনবৰ্গ, স্বজাতি৷

অচিৰপ্ৰভা, অচিৰাংশু, অচিৰাভা, অনুপ্ৰভা, ক্ষণদ্যুতি, ক্ষণপ্রকাশ, ক্ষণপ্ৰভা, চঞ্চলা, চপল, চিকুৰ, দামিনী, নীলাঞ্জনা, বিজুৰি, বিজুলী, বিদুলী, মেঘজ্যোতি, শম্পা, সৌদামিনী৷

অভ্যৱহাৰ, অভ্যৱহৰণ, অশন, আশ, খাদন, খাৱন, খোৱা, গ্ৰসন, গ্ৰাসকৰণ, নিগৰণ, প্রত্যৱসান, প্ৰাশ, প্ৰাশন, ভক্ষণ, ভুক্তি, ভোজন, সেৱন৷

অবৈধ প্রণয়িনী, অসতী, ইত্বৰী, উপস্ত্ৰী, কুলটা, দ্বিচাৰিণী, নষ্টা, নাগৰী, ব্যভিচাৰিণী, ভ্ৰষ্টা, ৰক্ষিতা, স্বৈৰিণী৷

আদি, আদ্যবীজ, উঁহ, উৎপত্তিমূল, কাৰণ, নিদান, পুং, প্রভৱ, মূল, সৃষ্টিমূল৷

অন্ত্যেষ্টি, অন্ত্যেষ্টিক্ৰিয়া, কাষ্ঠ-সংস্কাৰ, খৰিদিয়া, নিৰ্হৰণ, নিৰ্হাৰ, বহ্নি-সংস্কাৰ, মৃত-সতকাৰ, শৱ-সৎকাৰ, শেষকৃত্য, শ্মশানকৃত্য, সংস্ক্ৰিয়া, সৎকাৰ৷

আত্মবলি, আত্মবলিদান, আত্মবিসৰ্জন, আত্মাহুতি, আত্মোৎসৰ্গ৷

আভা, আভাস, আলোক, উদ্দীপ্তি, উদ্ভাস, কিৰণ, কৰ, গভস্তি, ছটা, জ্যোতি, দীপ্তি, দ্যুতি, ধৃষ্ণি, প্রদ্যোত, প্ৰদীপ্তি, প্ৰভা, বিদ্যোত, বিভা, বিভাসা, ভা, ভাতি, ভান, ভাম, ভাস, মৰীচি, ৰশ্মি, ৰুচি, ৰোচিঃ৷

কেপ্‌কে‍পা, গোৰ্‌গোৰা, চেল্‌বে‍লা, টোহটোহা,  পেৰ্‌পে‍ৰা, পেল্‌পে‍লা, বিৰ্‌বি‍ৰা, বেল্‌বে‍লা, ভোটভোটা, ভোৰ্‌ভোৰা, লেব্‌লে‍বা৷

অজনিকা, ক্লীৱ, তৃতীয় প্রকৃতি, নপুংসক, পুৰুষত্বহীন, বৃহন্নলা, শণ্ড৷

কালিমা, কৃষ্ণবৰ্ণ, তিমিৰবৰ্ণ, ধূম্ৰবৰ্ণ৷

অচিৰত্ব, ক্ষিপ্রতা, ত্বৰা, দ্ৰুততা, শীঘ্ৰতা, সত্বৰতা৷

অচ্যুত, অধোক্ষজ, অনংগমোহন, অনন্তবীৰ্য, উদ্ধৱবন্ধু, কংসহা, কংসাৰি, কমললোচন, কানাই, কানু, কালীয়দমন, কৃষ্ণ, কেশীমথন, কেশৱ, গদাধৰ, গদাপাণি, গিৰিধাৰী, গিৰিধৰ, গোষ্ঠপতি, গোষ্ঠবিহাৰী, গোকুলনাথ, গোকুলপতি, গোকুলেশ্বৰ, গোপবল্লভ, গোপাল, গোপিকা-মোহন, গোপিকাৰমণ, গোপিনীবল্লভ, গোপীনাথ, গোপীমোহন, গোপেন্দ্ৰ, গোবৰ্ধনধাৰী, গোৱিন্দ, ঘনশ্যাম, চক্ৰধৰ, চক্ৰপাণি, চাণূৰমৰ্দন, জনাৰ্দন, ত্ৰিভংগ, ত্ৰিভংগমুৰাৰি, দামোদৰ, দৈৱকীনন্দন, দ্বাৰকাধীশ, দ্বাৰকানাথ, দ্বাৰকাপতি, দ্বাৰকেশ, দ্বাৰিকানাথ, দ্বাৰিকাপতি, নগধৰ, নটবৰ, ননীচোৰ, নন্দদুলাল, নীলমণি, নীলমাধৱ, নৰকান্তক, নৰনাৰায়ণ, নৰোত্তম, পদ্মপাণি, পাণ্ডৱসখা, পাৰ্থসাৰথি, পীতাম্বৰ, পুণ্ডৰীকাক্ষ, পুলিনবিহাৰী, পুৰুষোত্তম, বংশীগোপাল, বনবিহাৰী, বনমালী, বনোৱাৰী, বাসুদেৱ, বিপিনবিহাৰী, বৃন্দাবনেশ্বৰ, বৃষ্ণি, বেণুধৰ, ব্ৰজকিশোৰ, ব্ৰজবিহাৰী, ব্ৰজভূষণ, ব্ৰজমোহন, ব্ৰজেন্দ্ৰ, ব্ৰজেশ, মথুৰাপতি, মথুৰেশ, মদনগোপাল, মদনমোহন, মধুসূদন, মাধৱ, মুকুন্দ, মুৰাৰি, here মুৰাৰু, মুৰুলীধৰ, যদুমণি, যশোদাদুলাল, যশোদানন্দন, যাদৱ, যাদৱৰায়, শকটাৰি, শ্যাম, শ্যামৰায়, শ্ৰীকৃষ্ণ, শ্ৰীহৰি, সুদৰ্শনধাৰী, হৰি, ৰণচোড়, ৰসৰাজ, ৰাধাকান্ত, ৰাধানাথ, ৰাধাবল্লভ, ৰাধামাধৱ, ৰাধাৰমণ, ৰাসবিহাৰী, ৰাসেশ্বৰ৷

অগ্ৰজ, ককাই, জ্যেষ্ঠ দাদা, পুৰোজন্মা, ভ্ৰাতা, ভ্ৰাতৃ৷

Report this page